Posts

মোৰ প্ৰেমৰ অনুভৱ এখন চিঠি

Image
মোৰ প্ৰেমৰ অনুভৱ এখন চিঠি মৰমৰ সোনজনী ভালে আছানে? তোমালৈ মোৰ বৰকৈ মনত পৰিছে পৰিছে সেয়ে মই ইন্টাৰনেটৰ ব্লগৰ যোগেদি তোমালৈ বুলি কিছু কথা লিখিছো। যৌবনৰ দুৱাৰদলিত ভৰি দিয়েই তোমাৰ সান্নিধ্য পাইছিলো।এনে ভাৱ হৈছিল তুমি যেন দুবাহু মেলি দূৰৈৰ পৰা মোক আহবান জনাইছিলা প্ৰেমৰ পৃথিবীলৈ। ময়ো সেই আহবান নেওচিব নোৱাৰি প্ৰথম খোজ দিলো প্ৰেমৰ পৃথিবীত।যদিও মই কবি নহওঁ তথাপিও মোৰ কবিতা লিখাৰ প্ৰেৰণা জাগিছিল তোমাৰ সান্নিধ্যতেই।তোমাক লৈ মোৰ দুচকুত সীমাহীন সোণালী সপোনে হেন্দোলনি থুলিছিল।ভাবিছিলো প্ৰেমৰ পথটি অতি মসৃণ আৰু সেউজীয়া।কিন্তু তাত যে তীক্ষ্ণ কাঁইট আৰু জ্বলন্ত অঙঠাৰে যে এই পথটি ভৰা এই কথা মই সপোনতো ভবা নাছিলো?তোমাৰ পতাৰণাতহে গম পালো এই কথা।তুমি কি ইমান নিষ্ঠুৰ হলা সোণজনী?তোমাক মই নিজৰ আপোনজনতকৈও ভাল পাইছিলো। আৰু অবশেষত তুমি পাষাণ প্ৰতিমা হৈ পৰিলা? কিন্তু কিয়? হয়তু এই কিয়ৰ উত্তৰ কেতিয়াও নাপাম।তোমাৰ পৰা মই কি পালো জানানে সোণজনী? পালো মাথো পতাৰণা,মিচা প্ৰতিশ্ৰুতি অৰু অবৰ্ণনীয় দুখ আৰু কষ্ট ।তুমি মোক কিয় মিচা প্ৰতিশ্ৰুতি দিছিলা?প্ৰেম মৰুভূমিত মৰুদ্যান বুলি বিচাৰি পালো কেৱল

নগ্ন আজি আমি

নগ্ন আজি আমি                   ✍ধনটি নেওগ হায়! এজন বদনৰ কাৰনে অসমখন পৰাধীন হৈছিল আন এজন বদনৰ কাৰনে অসমীয়া জাতিটো বিশ্ববাসীৰ আগত নগ্ন হ'ল। মানক আনিছিল বদনে, বৃটিছক আনিলে খেদিবলে। জাতি মাটি ভেঁতিৰ ৰক্ষাৰ কাৰনে বিজেপিক বৰপিৰাত বহালে অসমীৰ সন্তানে, সেই বিজেপিয়ে বিদেশীৰ কাৰনে অসমীয়া জাতিক কৰিলে নগ্ন। ৰাইজে ভাবিছিল ভাল দিন আহিব, আহিল ভাল দিন মাত্ৰ ৰাজপথত হ'ব লগা হ'ল নগ্ন। আগতে ভাবিছিলো হিটলাৰ স্বেচ্ছাস্বাৰী, বৃটিছ নিষ্ঠুৰ বুলি। কিন্তু আজিহে বুজিলো আচলতে আমিহে সহজ-সৰল বাকিবোৰ চোন ধূৰ্ত, নিষ্ঠুৰ একনায়কত্তবাদী। আমিহে মূৰ্খ সকলোকে সহজ-সৰল বুলি ভাবি কৰো সদায় ভূল। কথাতে কৈ বোলে অচিন কাঠৰ থোৰাও নলগাবা বুলি লগাই বুজিলো আৰু প্ৰমানো পালো লগতে বিশ্ববাসীৰ আগত নগ্নও হলো। হায় ! এই অপমান কৰো কেনেকৈ সহ্য! নে আকৌ ধৰিব লাগিব হেংদাং , বন্দুক বাৰুদ আদি সকলো অস্ত্ৰ কৰিব লাগিব সংগ্ৰাম, আনিব লাগিব সন্মান। দিব লাগিব বিদেশীক চিৰ বিদায়, তেতিয়াহে থাকিব আমাৰ সন্মান, আই তোৰে সন্মান, আই তোৰে সন্মান।

অনুশোচনা

অনুশোচনা     ✍ধনটি নেওগ   "অনুস্মিতা বিয়া সোমালে " কথাষাৰ শুনি অভিনৱ অস্হিৰ হৈ পৰিল। সি অলপ সময় ঠৰ লাগি ৰ'ল। লগে লগে তাৰ মনটো ৬ বছৰ অতিতলৈ উভতি গ'ল। তাৰ মনত পৰিল এদিন সি ভূলতে পঠোৱা মেছেজটোৰ কাৰণে কেনেকৈ দুয়ো আপোন হৈ পৰিছিল। সি তাইক মনে মনে ভাল পায় পেলাইছিল । কিন্তু তাইক সি ভাল পাঁও বুলি এবাৰো কবলৈ সাহস নকৰিলে। কোৱা হ'লে হয়টো আজি সি অনুশোচনা কৰিব লগা নহল হয়।   আজি বহুত দিনৰ মূৰত অভিনৱ মোমায়েকৰ ঘৰলৈ আহিছে। আহিয়েই সি অনুস্মিতা বিয়া সোমোৱা বুলি শুনি কি কৰো কি নকৰো একো ভাৱিয়েই নাপালে। মনৰ আপোনজন হেৰাই গলে কেনেকোৱা অৱস্হা হয় বুজা জনেহে বুজিব। অলপ পিচত অভিনৱৰ মোমায়েকৰ ল'ৰা অনুপললৈ অভিনৱে ফোন কৰিলে। অভিনৱ:: অই,অনু বিয়া সোমোৱা বুলি মোক কিয় ইমান দিনে নকলি? অনুপল:: মই গম নাপাঁও । গম পোৱা হ'লে মই তোক জনালো হেঁতেন। তোক কোনে ক'লে নো? অভিনৱ:: ৰজিয়ে ক'লে।অই তই মোৰ পৰা এটা কথা কিয় লুকুৱাই থলিনো? অনুপল:: মই তোৰ পৰা কি লুকুৱালো নো? অভিনৱ:: তই মোক অনুৰ কিছুমান কথা সম্পূৰ্ণকৈ নকলি।তই জানিছিলি যে মই আকাশ নামেৰে তাইৰ লগত কথা পাতো বুলি ।আৰু এটা কথা তাই আক

My Life

My Life      ✍ Dhanti Neog I have loss everything Nothing is with me What can I do Now? Only I have left my tears That is only on my eyes. Now How can I pass my Sleepless nights? What can I do? Nothing! Nobody tried to share My sorrows. Now I have thought The friend did in indeed.

আবৰন

আবৰন  ✍ ধনটি নেওগ আহা আমি, আন্ধাৰৰ আবৰন ফালি, পোহৰ বিচাৰি যাওঁ। হত্যা,হিংসা,ভ্ৰষ্টাচাৰৰ শিপা উভালি পেলাওঁ। আহা আমি, সংসাৰৰ আৱৰ্জনা ৰূপী, হিংসা-হত্যা আদি, ব্যাধিবোৰক সমূলি ত্যাগ দি, দিও আহা নিজকে ভদ্ৰ বুলি চিনাকি। ভদ্ৰলোকৰ মুখা পিন্ধা দালালবোৰৰ সমাজৰ, পৰা কৰো আহা নিজকে বহিষ্কাৰ। আহা আমি, হত্যা-লুণ্ঠন,ব্যাভিচাৰ, বিয়পোৱা সকলক, কৰো আহা আমাৰ সমাজৰ পৰা বহিষ্কাৰ। আহা আমি, সকলোৱে মিলি, ঘূৰাই আনো সমাজলৈ শান্তি-সম্প্ৰীতি আৰু মিলা প্ৰীতি। ✍ ধনটি নেওগ

মোৰ জীৱন

মোৰ জীৱন    :::::: ধনটি নেওগ জীৱন নদীত উটি ভাহি ফুৰিচো এটুকুৰা শুকানকাঠৰ দৰে। লগতে কঢ়িয়াইছো দুখ দুৰ্দষা যন্ত্ৰনা আদি। লগতে সহ্য কৰিচো কত অপমান ,   কত কটু কথা তথাপি জীয়াই আছো জীয়াই থকাৰ আশাৰে উজ্জ্বল ভবিষ্যতৰ আশাৰে সংস্হাপন হোৱাৰ আশাৰে। সপোনক বাস্তব কৰাৰ আশাৰে। সকলোৱে সুখে শান্তিৰে মিলা-প্ৰীতিৰে জীয়াই থকাৰ আশাৰে:::::::::: আছো জীয়াই ,,,,,,,,,,,,,,, থাকিম জীয়াই জীয়াই নাথাকিলেও আশা হৈ থাকিম জীয়াই এই পৃথিৱীত নহলে সকলোৰে মনত ।  :::::: ধনটি নেওগ

My Love

My Love ✍Dhanti Neog O my Jaan Why you leave me alone? Do you know that Without you How can I live? You know that Without you I can't live in the world. Every breath of my life I have only feels you. Oh my love Now come to my life again. First I have ignored you And thought I can live without you. But later  I have realized That  I can't live without you. Hey God Give me the  power to Live without my sweetheart. Otherwise invite me To live with you. O... My jaan I don't  know where are you? I don't know how you live? I don't know what's you have feels? But I have feels only about you. And miss you so much. Impossible to write , Impossible to express my feelings. There's nobody With whom I can share my feelings? No one can understand My feelings without you. O.... My Jaan Live happily where you have. I only wanna to know You are now happy. I am so happy To know that If you you have so happy.

অৱহেলা

অৱহেলা ✍ ধনটি নেওগ সপোন সদায় সপোন হৈ ৰয় আশা সদায় আশা হৈ ৰয় । আপোন বুলি ভাবিলে সদায় অচিনাকি জনো আপোন হয় পৰ বুলি ভাবিলে আপোনজনো পৰ হয়। আপোনজন হেৰুৱালেহে বুজি পোৱা যাই অনুভৱ কৰিলেহে বুুজিৱা যে আপোন বুলি ভাবিবলৈও এখন সুন্দৰ হৃদয় লাগে বুলি। নিজৰ অৱহেলাৰ বাবে কোনোবাই বুজিব জানো কি হেৰুৱাব লগা হ'ল।

স্মৃতি

স্মৃতি         ✍ধনটি নেওগ যেতিয়া নামি আহে গধুলি তেতিয়া নামি আহে বেদনা, লগতে নামি আহে অতিতৰ স্মৃতি আৰু ভবিষ্যতৰ চিন্তা, সেই চিন্তাই মোক খাইচে  খুলি খুলি। কি কৰো মই  এতিয়া ! নে দুচকুত অশ্ৰু লৈ থাকিম জীয়াই সুন্দৰ ভবিষ্যতৰ অপেক্ষাত ।

Confusion Love

Confusion Love         Dhanti Neog Confusion confusion It’s confusion To say that I Fall in with you. But how can I Say you That I fall in you. In the first sight. How to say you That I fall in you. Oh my dear How can I express My love to you. Oh my love How can I Say that I love you. How to say you That I love you . How to say I love you dear. How to say dear I love you When we met. Oh my love What you think When I fall in with you. How feels you Dear when I give you a proposal !! ::::::::::::::::::::::::Dhanti Neog:::::::::::::::::::